Uvoti Ebar
Similar songs
Jumi Jumi
Zubeen Garg04:38
O Akash
Dikshu Sarma04:31
Ane Go Anna
Pakngam Lombi06:35
Pronoy
Dibya Jyoti Morang05:34
Tumi Tumi
Achurjya Borpatra4:26
Tumi Mur Huwa
Ankur Pritam,Nitish Sarma03:58
O Mur Pori
Rahul Amin Khan,Kamal Raj,Dhanjit D04:58
Akou Maharon 2021
Samujjal Mohan03:42
Sona Kaha Lage
Krishnamoni Chutia06:33
Similar Songs
Jumi Jumi
Zubeen Garg
O Akash
Dikshu Sarma
Ane Go Anna
Pakngam Lombi
Pronoy
Dibya Jyoti Morang
Tumi Tumi
Achurjya Borpatra
Tumi Mur Huwa
Ankur Pritam,Nitish Sarma
O Mur Pori
Rahul Amin Khan,Kamal Raj,Dhanjit D
Akou Maharon 2021
Samujjal Mohan
Sona Kaha Lage
Krishnamoni Chutia
About song
Genre :Sad
522 Plays
Singer & Composer : Amar Sivam
Music Producer : Pallab Borax
Lyricist : Anwesha Pachani
Mixing : Pallab Borax & Amar Sivam
Masterted : Amar Sivam
Copyright © Amar Sivam
Lyrics
মিহিৰে নাযানে দুবাহু তোমাত মগন,
অ'' তুমি, তোমাৰ সুৰেৰে আবেলিৰ মধুৰ লগন।
কি যাদু সানি দুচকু তোমাৰ,
আঁতৰি যায়, উভতি এবাৰ,
চাব খোজোঁ।
অ'' পৰিধি তোমাতে মাথোঁ,
শেষ হয় হেঁপাহ বোৰো,
উজাগৰী নিশা হঠাতেই।
বিদায়ী মোৰ গানত আবেগ বেৰঙী
সানিছে দেখোন সেমেকা হাঁহি,
উদাসী ডাৱৰে ধৰিছে সাৱতি
নিলাম বুকুৰ সপোন।
সাজিছিলো অযুত সপোন,
হিয়াত প্ৰেমৰ বাহাৰ,
আহিবা জানো তুমি মোৰ বাবে
আকৌ উভতি এবাৰ।
উশাহে নামানে প্ৰণয়ৰ নাচোন
একেটি কথাৰেই সামৰে দেখোন
দুহাতৰ লগৰী দুখোজত হেৰুৱাওঁ
ভাৱনাৰ চোতালত সন্ধিয়া সামৰো।
কি যাদু সানি দুচকু তোমাৰ
আঁতৰি যায়, উভতি এবাৰ
চাব খোজোঁ।
অ'' পৰিধি তোমাতে মাথোঁ,
শেষ হয় হেঁপাহ বোৰো,
উজাগৰী নিশা হঠাতেই।
উদাসৰ নদীত দুচকু ভাগৰে
সেমেকা চিঠিত ৰৈ যায় মোৰ সতে।